বহু যুগব.... পূর্বজন্মৰ ঋণ পৰিশোধ কৰিব নোৱাৰা... তোমাৰ মৰমৰ মই"
আহিছো মৰতলৈ, তোমাৰ মৰমৰ ধাৰ শুজিবলৈ।
তথাপিও আকৌ তুমি প্রশ্ন কনা.... মই কোন?
তোমাৰ সুবোৰ মন ভৰি থকা সময় মই...
তোমাৰ আকাশৰ এটোপাল পানী,
তোমার ডাগরি পরা সেহার....
শাঁত পরা সময় 'এই তুমি নুবুজিবা, এই সময়, দুবোধ্য সময়, তোমার কালযুযুধাৰ মেঘৰ বিজুলী ঘই তুমি আকাশ, বিশাল আকাশ,... সময়র পাকথুৰনি